CB Blog 2021 malayalam film 'The Great Indian Kitchen'

“দ্য গ্ৰেট ইণ্ডিয়ান কিচ্ছেন”: পাকঘৰ আৰু নাৰী

যোৱা বৰ্ষত মুক্তি লাভ কৰা “দ্য গ্ৰেট ইণ্ডিয়ান কিচ্ছেন” (The Great Indian Kitchen) নামৰ কেৰেলাৰ চিনেমাখন হয়তো আমি বহুতেই উপভোগ কৰিছোঁ। অধিকাংশ পাকঘৰৰ ৰন্ধনৰ দৃশ্যৰ মাজেৰে...

panchayat web series review

গ্ৰাম্য জীৱনৰ সৰস উপস্থাপন: পঞ্চায়ত

লকডাউনৰ এই সময়ছোৱাত ভালপোৱা কামবোৰ কৰাৰ লগতে চিনেমা চাবলৈও বহুত সময় পাইছোঁ। কেইদিনমানৰ আগতে চোৱা ৱেব চিৰিজ হ’ল টিভিএফ (TVF)ৰ ‘পঞ্চায়ত’ (Panchayat)।  এমাজন প্ৰাইম ভিডিঅ’ যোগে...

Village Rockstars the movie review

সাধাৰণ দৰ্শকৰ দৃষ্টিৰে ” ভিলেজ ৰকষ্টাৰ ” চোৱাৰ অনুভৱ……

কেন্দ্ৰীয় চৰিত্ৰ ধুনু, লগত এজাক কিশোৰ। থাৰ্ম’কলৰ গীটাৰ এখন লৈ টোপনি যোৱা ধুনুৰ বাস্তৱত এখন সঁচা গীটাৰ বজোৱাৰ মন। তাহা‍ঁতে সপোন দেখে এটা ৰক বেণ্ডৰ। এয়া...

sunlight nature

শাওনৰ এটি ব্যতিক্ৰমী দেওবাৰ….

যোৱা ২৮ তাৰিখ দেওবাৰ অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহৰ এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য হ’ল। অগ্ৰণী সাংস্কৃতিক সংস্থা ‘কাৰেংঘৰ’ৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত বিভিন্ন...

people public

কলাক্ষেত্ৰত ‘মণিমুগ্ধ’

যোৱা ১৫ মে’ৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মণিমুগ্ধ নাটকখন উপভোগ কৰিলোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীমৰ আধাৰত ৰচিত নাটকখনৰ পৰিচালনা যশস্বী পৰিচালক...

Scroll to top