BlogReview July 17, 2022 Post a Comment “দ্য গ্ৰেট ইণ্ডিয়ান কিচ্ছেন”: পাকঘৰ আৰু নাৰী যোৱা বৰ্ষত মুক্তি লাভ কৰা “দ্য গ্ৰেট ইণ্ডিয়ান কিচ্ছেন” (The Great Indian Kitchen) নামৰ কেৰেলাৰ চিনেমাখন হয়তো আমি বহুতেই উপভোগ কৰিছোঁ। অধিকাংশ পাকঘৰৰ ৰন্ধনৰ দৃশ্যৰ মাজেৰে...Continue reading
Blogজীৱনী July 10, 2022 Post a Comment কোটিটকীয়া চাকৰিৰ প্ৰস্তাৱ নাকচ কৰা এগৰাকী সফল উদ্যোগী বিনীতা সিং দেশৰ দুখনকৈ নামজ্বলা প্ৰতিষ্ঠান আই.আই.টি মাদ্ৰাজ আৰু আই.আই.এম আহমেদাবাদৰ পৰা উত্তীৰ্ণ এগৰাকী মেধাৱী ছাত্ৰীৰ কাহিনী এয়া। ছাত্ৰী গৰাকীৰ নাম বিনীতা সিং (Vineeta Singh)। বিজনেছ মেনেজমেণ্ট বিভাগত...Continue reading
Blog May 22, 2022 Post a Comment অসম্ভৱক সম্ভৱ কৰি দেখুওৱা সাহসী ছোৱালীজনী… ছোৱালীজনী তেতিয়া মাত্ৰ দহবছৰীয়া। নৃত্য আৰু দূৰণিবটীয়া ঠাই ভ্ৰমণ কৰি ভাল পোৱা ছোৱালীজনীৰ জীৱনলৈ এদিন ধুমুহা আহিল। পৰিয়ালৰ সৈতে ৰাজস্থানৰ জয়পুৰৰ পৰা ঢোলপুৰলৈ গৈ থাকোঁতে ভয়ংকৰ...Continue reading
Blogঅনুভৱভ্ৰমণ February 24, 2022 Post a Comment চেলুলাৰ জেইল: বন্দীশালৰ মৌন ইতিহাস আন্দামানৰ পোৰ্টব্লেয়াৰত অৱস্থিত চেলুলাৰ জেইল (Cellular Jail) ভাৰতৰ স্বাধীনতা সংগ্ৰামী সকলৰ বীৰত্ব আৰু ব্ৰিটিছ শাসকে বন্দী সকলক কৰা অমানবীয় অত্যাচাৰৰ এক নিৰব ইতিহাসৰ সাক্ষী। আন্দামানৰ সাগৰৰ...Continue reading
Uncategorized October 26, 2021 Post a Comment খেলুৱৈসুলভ মানসিকতা আৰু আমি ক’ভিদৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতো ট’কিঅ’ অলিম্পিক ২০২০ এইবাৰ দেশ বিদেশৰ নানান খেলুৱৈৰ সমাহাৰেৰে সফলতাৰে সামৰণি পৰিল৷ টেলিভিছনৰ পৰ্দাত ক্ৰীড়াবিদ সকলৰ অতুলনীয় প্ৰতিভা প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ’লো...Continue reading
Blogঅনুভৱ December 11, 2020 Post a Comment মানস অভয়াৰণ্য ত লগ পোৱা গাইডজন…. যোৱা ৫ ডিছেম্বৰ তাৰিখে মনৰ বহুদিনীয়া হেঁপাহ এটা পূৰণ হৈছিল। দীৰ্ঘদিনীয়া বিৰতিৰ পিছত প্ৰকৃতিৰ কোলাত সময় কটাবলৈ মই আৰু মোৰ স্বামী নয়ন উপস্থিত হৈছিলো মানস অভয়াৰণ্য...Continue reading
Blogঅনুভৱ September 25, 2020 Post a Comment প্ৰসংগ: মৃত্যুৰ সুলভ ছবি… শৈশৱৰ কথা এটা মনত পৰিল। সন্ধিয়া হোৱাৰ আগে আগে ঘৰৰ দুৱাৰ-খিৰিকী জপাই হাত-মুখ ধুই প্ৰাৰ্থনা ঘৰত কাকূতি ঘোষা গাওঁ সদায়। খিৰিকী জপাওঁতে অতিশয় সাৱধান হ’বলগীয়া হয়...Continue reading
Blogঅনুভৱ June 21, 2020 1 Comment এটা কাৰ্যালয়ৰ কথাৰে… সাধাৰণতে চৰকাৰী কাৰ্যালয়ৰ কাম বুলি ক’লে মনত একপ্ৰকাৰৰ বিৰক্তিকৰ ভাৱ মনলৈ আহে। মানুহৰ ভিৰ-হেতাওপৰা, বিল পৰিশোধ বা বেংকৰ কিবা কামত লানি নিছিগা শাৰী, বিভাগীয় দায়িত্বত থকা...Continue reading
BlogReview May 25, 2020 Post a Comment গ্ৰাম্য জীৱনৰ সৰস উপস্থাপন: পঞ্চায়ত লকডাউনৰ এই সময়ছোৱাত ভালপোৱা কামবোৰ কৰাৰ লগতে চিনেমা চাবলৈও বহুত সময় পাইছোঁ। কেইদিনমানৰ আগতে চোৱা ৱেব চিৰিজ হ’ল টিভিএফ (TVF)ৰ ‘পঞ্চায়ত’ (Panchayat)। এমাজন প্ৰাইম ভিডিঅ’ যোগে...Continue reading
Blogঅনুভৱ May 19, 2020 Post a Comment প্ৰসংগ: কৰ’না, লকডাউন আৰু আমি গৃহবন্দী হৈ থকা আজি ডেৰমাহৰো বেছি দিন হ’ল। সমগ্ৰ বিশ্বতে এতিয়া মানুহ ঘৰৰ ভিতৰত। বাহিৰত মৃত্যুৰ কিৰীলি, উন্নত দেশবোৰত চিকিৎসালয়ত মৃতদেহৰ শাৰী, আমাৰ দেশতো প্ৰতিদিনে বাঢ়িছে...Continue reading