hands

প্ৰসংগ: মৃত্যুৰ সুলভ ছবি…

শৈশৱৰ কথা এটা মনত পৰিল। সন্ধিয়া হোৱাৰ আগে আগে ঘৰৰ দুৱাৰ-খিৰিকী জপাই হাত-মুখ ধুই প্ৰাৰ্থনা ঘৰত কাকূতি ঘোষা গাওঁ সদায়। খিৰিকী জপাওঁতে অতিশয় সাৱধান হ‌’বলগীয়া হয়...

Scroll to top