Avani Lekhara Shooter Tokyo Paralympics mdealist with PM Narendra Modi

অসম্ভৱক সম্ভৱ কৰি দেখুওৱা সাহসী ছোৱালীজনী…

ছোৱালীজনী তেতিয়া মাত্ৰ দহবছৰীয়া। নৃত্য আৰু দূৰণিবটীয়া ঠাই ভ্ৰমণ কৰি ভাল পোৱা ছোৱালীজনীৰ জীৱনলৈ এদিন ধুমুহা আহিল।  পৰিয়ালৰ সৈতে ৰাজস্থানৰ জয়পুৰৰ পৰা ঢোলপুৰলৈ গৈ থাকোঁতে ভয়ংকৰ...

Cellular Jail

চেলুলাৰ জেইল: বন্দীশালৰ মৌন ইতিহাস

আন্দামানৰ পোৰ্টব্লেয়াৰত অৱস্থিত চেলুলাৰ জেইল (Cellular Jail) ভাৰতৰ স্বাধীনতা সংগ্ৰামী সকলৰ বীৰত্ব আৰু ব্ৰিটিছ শাসকে বন্দী সকলক কৰা অমানবীয় অত্যাচাৰৰ এক নিৰব ইতিহাসৰ সাক্ষী। আন্দামানৰ সাগৰৰ...

Passport Seva Kendra

এটা কাৰ্যালয়ৰ কথাৰে…

সাধাৰণতে চৰকাৰী কাৰ্যালয়ৰ কাম বুলি ক’লে মনত একপ্ৰকাৰৰ বিৰক্তিকৰ ভাৱ মনলৈ আহে। মানুহৰ ভিৰ-হেতাওপৰা,  বিল পৰিশোধ বা বেংকৰ কিবা কামত লানি নিছিগা শাৰী, বিভাগীয় দায়িত্বত থকা...

কৰ'না Corona

প্ৰসংগ: কৰ’না, লকডাউন আৰু আমি

গৃহবন্দী হৈ থকা আজি ডেৰমাহৰো বেছি দিন হ’ল। সমগ্ৰ বিশ্বতে এতিয়া মানুহ ঘৰৰ ভিতৰত। বাহিৰত মৃত্যুৰ কিৰীলি, উন্নত দেশবোৰত চিকিৎসালয়ত মৃতদেহৰ শাৰী, আমাৰ দেশতো প্ৰতিদিনে বাঢ়িছে...

writing

যাত্ৰাপথৰ অভিজ্ঞতা আৰু এজনী কনমানি ছোৱালী…

যাত্ৰা খুবেই প্ৰিয়। খুব ভাল লাগে এঠাইৰ পৰা অন্য ঠাইলৈ ঘূৰি ফুৰি। লাগিলে সেয়া দূৰণিবটীয়া যাত্ৰাই হওঁক বা নিজৰ থকা ঠাইখনৰ ভিতৰতে সীমাবদ্ধ হওঁক। সৰুৰেপৰাই বাছ...

auto bus

অথ: ভাইটি সংবাদ…

অথ: ভাইটি সংবাদ… ২০১৮ চনৰ কথা। তেতিয়া নতুনকৈ চাকৰিত যোগ দিছোঁ। ভেটাপাৰাৰ পংকজ নগৰত ভাৰাঘৰ এটা ললোঁ, সংগী ভাইটি। নতুনকৈ মাষ্টৰণী হোৱা বায়েকৰ দিনটোৰ সমস্ত কাহিনীৰ...

brahmaputra

অথ: কচুগুটি সংবাদ

(লকডাউন ডায়েৰী) দিনটোত এবাৰ হ’লেও ঘৰলৈ ভিডিঅ’ কল কৰাটো একপ্ৰকাৰ মোৰ ৰুটিনৰ দৰেই। মাহঁতৰ লগত জোখৰ কথাকেইটা পাতি আমাৰ কনমানি কেইটাৰ লগত সদায় অলপ আড্ডা দিওঁ।...

exam

পৰীক্ষাগৃহৰ সুব্যৱস্থা আৰু কিছু ক’বলগীয়া

অলপতে প্ৰতিযোগিতামূলক পৰীক্ষা এটাত অৱতীৰ্ণ হৈছিলোঁ। কেন্দ্ৰ আছিল মহানগৰীৰ মাজমজিয়াৰ  এখন চৰকাৰী মহাবিদ্যালয়।প্ৰায় তিনিঘণ্টা সময়জুৰি অনুষ্ঠিত হোৱা পৰীক্ষাটোত বিৰতিৰ সময়ছোৱাত পৰীক্ষাৰ্থীৰ বাবে উপযুক্ত ট‌ইলেটৰ অভাৱ পৰিলক্ষিত...

nature hill

প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু ইতিবাচক খবৰবোৰ

অকলশৰীয়া মুহূৰ্ত কিছুমানত প্ৰকৃতিৰ অনুপম সৌন্দৰ্য্য পান কৰি অনাবিল আনন্দ পোৱা যায়। এজাৰ ফুলাৰ বতৰ এয়া। শাৰী শাৰী এজাৰ গছে আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদতো শোভাবৰ্ধন কৰিছে ।...

sunlight nature

শাওনৰ এটি ব্যতিক্ৰমী দেওবাৰ….

যোৱা ২৮ তাৰিখ দেওবাৰ অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহৰ এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য হ’ল। অগ্ৰণী সাংস্কৃতিক সংস্থা ‘কাৰেংঘৰ’ৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত বিভিন্ন...

Scroll to top